এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
গুণ-মালা
পাতক হৰণ |
দুৰ্গতি তাৰণ। |
⸻
ঘোষা
ত্ৰাহি ত্ৰাহি ৰাম কৰিলো প্ৰণাম॥
পদ
প্ৰদ্যুম্নক ঘৰে |
হৰিলা শম্বৰে। |
পাতক হৰণ |
দুৰ্গতি তাৰণ। |
⸻
ঘোষা
ত্ৰাহি ত্ৰাহি ৰাম কৰিলো প্ৰণাম॥
পদ
প্ৰদ্যুম্নক ঘৰে |
হৰিলা শম্বৰে। |