পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাগধ ৰাজাৰ
কৰিয়া প্ৰহাৰ
দ্বাৰকা সকলে
প্ৰজাক সকলে
কাল যৱনৰ
দেখাই কলেৱৰ
যেন নৱঘন
কেয়ূৰ কঙ্কণ
কিৰীটি কুণ্ডলে
হাৰ বক্ষস্থলে
ৰত্নৰ মোলান
নাহিকে সমান
আজানুলম্বিত
পাট ভুনি পীত
চৰণ পল্লৱ
শুনন্তে উৎসৱ
যৱনে দেখিল
লাগক নেদিল
মুচুকুন্দ ৰায়
আছা নিদ্ৰা যায়

   

সেনা বাৰে বাৰ৷
চিন্তিলাহা মাৰ৷৷
নিৰ্ম্মিলাহা জলে৷
নিলা যোগবলে৷৷
আগে মনোহৰ৷
যান্ত দামোদৰ৷৷
তনু বিতোপন৷
প্ৰকাশে ভূষণ৷
অলঙ্কাৰ জ্বলে৷৷
পদ্মমালা গলে৷
বাহু চাৰিখান৷৷
সৰ্ব্বাঙ্গে সুঠান৷৷
মেথলা কটিত৷
লোতয় মাটিত৷৷
নূপুৰৰ ৰৱ৷
চলন্ত মাধৱ৷৷
পাচত খেদিল৷
গহ্বৰে পশিল৷৷
শুতিয়া তথায়৷
তাঙ্ক গৈয়া পাই৷৷