পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
গুণ-মালা

বঢ়াই আতি ৰতি
কৰি লীলা গতি
যতেক সুন্দৰী
পুষ্পবৃষ্টি কৰি
দেখন্তে মূৰুতি
হোৱে বিচুৰুতি
জুৰাই মন প্ৰাণ
নেত্ৰে কৰে পান
ৰজকৰ কাল
বস্ত্ৰ ভাল ভাল
বেশকাৰ জন
সাৰূপ্য তেখন
পুষ্প অনুপাম
বৰ মন কাম
পিন্ধাইলা সুন্দৰী
তাইক ঋজু কৰি
পশি যাগশাল
ধনুক দুফাল
পাছে নাৰায়ণ
কৰিয়া ভোজন

   

গোপৰ সঙ্গতি৷
যান্ত লক্ষ্মীপতি।
আঞ্জলিক ভৰি৷
চাৱে নেত্ৰভৰি৷৷
আনন্দে স্ফূৰুতি৷
যতেক যুৱতী৷৷
কৰে বহু মান৷
নভাসয় আন ৷৷
কৰি মহা মাল ৷
লৈলন্ত গোপাল ৷৷
পিন্ধাইলা বসন ৷
দিলা নাৰায়ণ ৷৷
দিলেক সুদাম ৷
দিলা কৃষ্ণ ৰাম ৷৷
চন্দন সাদৰি ৷
থৈলা দেৱহৰি ৷৷
ধৰি ততকাল ৷
কৰিলা গোপাল ৷৷
সঙ্গে গোপগণ ৷
কৰিয়া শয়ন ৷৷