পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৭
কৰ্ণপৰ্ব্ব।


বিশ্বনাথ পদে যেন বিশ্বে পায় ভক্তি।
মই আতি হীন দ্বিজ নজানো ভকতি॥
শুনা সমজ্যাৰ লোকে এৰি আন কাম।
পাতক চাড়োক ডাকি বোলাঁ ৰাম ৰাম॥ ৬৩০

 

 

সমাপ্ত