পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
ক্কূৰ্ম্মৱলী যুদ্ধ৷

শুনিয়োক সভাসদ থিৰ কৰি মতি।
কূৰ্ম্মঠ পৰ্ব্বৰ কথা ভৈলা সমাপতি॥৩৬৪
বোলে সাগৰ খৰি মই বড় অনাথ।
মই দূষিতক নছাৰিবা জগন্নাথ॥
তযু পদ মনে ধৰি বসি শিলাগ্ৰাম।
ৰচিলো ভাৰত পদ চিন্তি কৃষ্ণ নাম॥৩৬৫
মোৰ দোষ গুণ যত কৰা উপশাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥৩৬৬

———