পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৪ এহিমতে মৰ্ম্মে কতো আছিলন্ত দুখে। কালী বুলিলন্ত পুত্ৰ দুইক সলোতক মুখে॥ না হে কৃষ্ণ কৃষ্ণ বাপ দেৱ নাৰায়ণ॥ হে হলিৰাম তুমি শিৱ সনাতন॥৫২১॥ না জানিলোহো তোৰাসৱ নুহিকা মানুষ।। জগজত ঈশ্বৰ দুয়ো পৰম পুৰুষ॥ খণ্ডিবাক লাগিয়া ভূমিক মহাভাৰ মোহোৰ গৰ্ভত আসি ভৈলা অৱতাৰ॥৫২॥ ৰাজা হুৱা আছে যত দানৱ দুৰ্জ্জন। নাম জ নীচৰ উৎসাহ বঢ়াই পীড়ে সাধুজন॥ নিৰী তাৰ ভৰে ভৈলা ভূমি পৰম পীড়িত। তাৰ নাশ হেতু ভৈলা অপুনি বিদিত॥ ৫২৩॥ তযু মায়া পুৰুষ তাহাৰ মায়া অংশ। ি সত্ত ৰজ তম তিনি গুণ তান বংশ॥ কী তাৰ লয়লেশে হোৱে সৃষ্টি স্থিতি লয়। সাম হেন মহেশ্বৰ তুমি দেৱ কৃপাময়॥৫২৪॥ S জানিয়া তোহ্মাত মঞি পশিলো শৰণ। মোক শোক সাগৰে তাৰিয়ো নাৰায়ণ॥ ত তোহ্মাৰ প্ৰভাৱ মঞি কহি শুনি আছো তুমি সৱ অচিন্ত্য ॥৫২৫॥ মৰা পোক সান্দিপণি মাগিলন্ত দান। সম চিৰকাল ভৈল সাগৰত গৈল প্ৰাণ॥ তথাপিতো মৃতক পুত্ৰক চক্ৰপাণি। কোন দিলা গুৰু দক্ষিণা যমৰো পৰা আনি॥৫২৬॥ মোৰো মাৰি আছে কংসে পুত্ৰ ছয় গুটি। তাসম্বাক সুমৰন্তে প্ৰাণ যাই ফুটি॥ ময়ো মাগো পুত্ৰ দান দিয়োক সত্ত্বৰ। উদ্ধাৰিও শোক শল্য হৃদয়ৰ মোৰ॥৫২৭॥ যেনমতে পাৱো সিটো চয়খানি পোক। হেন কৃপা বাপ কৰিয়োক মোক॥ কতেক কহিবো সিটো পুত্ৰৰ সন্তাপ। কৃষ্ণৰ আগত পৰি কৰন্ত বিলাপ॥৫২৮॥ কুক ক্ষেত্ৰ Scanned with CamScanner