পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰুক্ষেত্ৰ - ঘষে আনি আখি মুখে আমি হুৱা নিজ চেৰী মহা বিয়োগৰ দুখে কান্দি কান্দি বোলে প্ৰেম বাক। পৰিছেদা দেখিলো তোহ্মাক॥ ৪৬২॥ প্ৰাণ প্ৰভু যাঞো এৰি কমল লোচন স্বামি দুনাই নেদেখিবো আমি বেঢ়ি কৰে কৃষ্ণক ক্ৰন্দন। লগতে কান্দেন্তে যান্ত কতো ধৰি নিচুকান্ত মহা স্নেহে দৈৱকী নন্দন॥ যতেক যাদৱগণ সৱাকো আকুল মন বিয়োগত ব্ৰজৰ বধূৰ। সাৱটিয়া গাঁৱে গাঁৱে অনেক বিনয় ভাৱে আগ বঢ়াই থৈলা কতো দূৰ॥ ৪৬৩॥ ব্ৰজবাসী চলি যায় তম্ভিয়া তাহাক চায় আছে হাতে লোতক মচন্তে। কৃষ্ণ মুখ নিৰীক্ষিয়া ...বিৰহে দহিবে হিয়া যায় গোপী সমস্তে কান্দন্তে॥ কৃষ্ণক দেখিলে মো কৰযোৰে সাৱধানে কত দূৰ গৈল পাছগুৰি আৰ ভৈলা কমা কৃষ্ণ প্ৰাণ নেদেখি ধৰিল ধ্যান নিশ্বাস ফোকাৰে মুখে বহৱৈ লোতক ধাৰা কৃষ্ণত মজিল মন কৃষ্ণৰ হৃদয় ধৰি কৃষ্ণৰ মূৰ্ত্তিক মনে ধৰি॥ ৪৬৪॥ নাই আন বচন কিঞ্চিত। কাৰো আৰো নবজায় চিত্ত॥ কৃষ্ণ বিনে নজানন্ত আন গৈল ব্ৰজবাসী নিজ থান॥ ৪৬৫॥ কৃষ্ণ কৃষ্ণ ৰড়ে দুখে কৃষ্ণৰ চৰণ পৰা কৃষ্ণ সৱে প্ৰাণ মন কৃষ্ণক মনত স্মৰি ব্ৰজৰ লোকৰ ভাৱ দেখি শিহৰাইল গাৱ অনন্তৰে যত যদুবংশী। পৰম বিস্ময় মতি চলে দ্বাৰকাক প্ৰতি গোপী গোপ সৱক প্ৰশংসি॥ ৮৫ Scanned with CamScanner