পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইতিনি লোকত কদাচিতে তাৰ -কু ক ক্ষেত্ৰ আৰে অকল্যাণ আছে॥১৬৭॥ ভকতৰ মুখে তযু কথা সুখে শুনন্তে ওপজে জ্ঞান। আতি অপ্ৰয়াসে সেহি জ্ঞান বলে মায়াকে কৰে নিৰ্মাণ॥ তোহ্মাৰ চৰণে প্ৰীতি বাঢ়ে নিতে তোহ্মাৰ গুণ কহন্তে। গোখোজ সমান কৰি সংসাৰক নিস্তৰে সেহি মহন্তে॥১৬৮॥ কৰিয়ো কৰুণা কেশৱ আহ্মাকাৰ চিত্ত হৌক উপসাম। গৃহ শৰীৰত প্ৰসঙ্গ এৰিয়া পৰম আনন্দময় তোহ্মাৰো অজ্ঞান তোহ্মাকে কৰো প্ৰণাম। ঈশ্বৰ অপৰিচ্ছিন্ন। তুমি মায়ামোহে হীন।৷ ১৬৯॥ মূৰ্ত্তি দেখি নাহিকে কিঞ্চিত চাৰিও বেদযিটো নিজ অৰ্থাত তোহ্মাৰ পদে ভকতি। তাক কালে কৰ্মে কৰিলে গুপুত লোক ভৈল বিসঙ্গতি॥ ভৈলা অৱতাৰ জগত নিস্তাৰ কৰিবাক কৃপাময়। মায়ায়ে মহিমা কৰিয়াছা ছন্ন দেখি মনুষ্যৰ নয়॥১৭০॥ পৰম ঈশ্বৰ ভৈলাহা বেকত লোকৰ কল্যাণ হেতু। তোহ্মাৰ চৰণে পশিলো শৰণে উদ্ধাৰা গডুৰ কেতু॥ এহি বুলি সৱে ভূমিত পৰিয়া কৃষ্ণক প্ৰণামি আছে। Scanned with CamScanner