পৃষ্ঠা:কুলাচল বধ.djvu/৩৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Gbolov কুলাচল-বধ। এহিমতে যেতে, চলি গৈলা নিজস্থান। দেবতা সকলে, তথ| নখালি, সবে গৈলা বিদ্যমান। চাহিয়া আছি, কৰ্ণদত্ত মহাৰায়। অপসা গণে, দ্ৰৌপদীক বেড়ি, কৌতুকে আছত চায়। কতোদূৰে বসি, পক্ষিগণে বোলে শুনা মুনিমত। কত ৰাজা আগবাঢ়ি আসি। ধপঙিয়ে স্নেহে সাবটি ধৰিলা। হষিতে দুয়ো জন সনে বাসল। কিনো গগ্য কিনো গগ্য পুৰুষ মোৰ। তুমি হেন মিত্ৰ পাইলে। তপকৰি যোৰ। শীতে খেত মহন্তৰ ৰখন। পৰিত্ৰ লৈলাহে বৈৰ পশন। এদিকে নানো নানা কৰি শাসন। সকলে কালৰ যত এড়াইল প্ৰমাণ।