পৃষ্ঠা:কুলাচল বধ.djvu/৩৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলটল। এমিতে ঔষধ পায় স্ব ভৈল মতি। এফিণি হাসি মাতিলক লক্ষীপতি। মাধৰে বেলি না জ মহাশয়। মোহোৰ বচন আবে কবিয়া নিশ্চয়। হুৰ দিবসমানে ৰাজ্যৰু ভূঙ্গি। পাছে মহাসক্তি কৰি মোৰ লোক পাই শুনা পুৰ্ণা তুমি মোৰ বাক্য ধৰা। কৰ্ণলত ৰাজাৰ কুবুদ্ধি দূৰ কৰা। পাগণ আৰু অনায়া দিয়োক। ইৰ ৰাজ্যত সৰে নাৰীগণ হোক। পৰা নাৰীগণ মানে সবে নষ্ট গৈল। পুত্ৰৰ লগত সবে স্বেচ্ছাচাৰী তৈল। যুধিৰি ৰাজা সমে চাৰি পাণ্ড। একেলগে যৈয়ো নিত্ব কৰি মোৰ বাৰু পশিনে লেলে না নিয়ে। মৰি ৰুে টাকে চালিত। সক ক্ষত চড়ি পাৰি মে। কশনে চলি গৈলা মনে। কি বিপণে দুলুফিল।