পৃষ্ঠা:কুলাচল বধ.djvu/৩৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচল-বধ দেখা হৰি বশন। ঋষি সবে কেন মন। সবে ব্ৰ নিৰাময়। ব্ৰহ্ম বিনে নাহিকয় : দেখিবাৰ বড় কাম। ডাকি বোলা ৰাম ৰাম। প। পক্ষীগণে বোলে বা শুনিয়ে জৈমিনি। এত হাজাৰ মুনি আসি। তৈলানি। দেখিল পাথৰ ওপৰে ভগৱত। সি মুনি বিদ্যাধৰে উলাসি আছ। নিয়ে বোলত মোৰ মনৰ সংশয়। কুলাচল সৰি পাইলা কাহাৰ নিলয়। কৰ হাতত পড়ি মুক্তি পাই। কেন মন শব্দ হৈছিল। পছ কোন পাইল কৈয়ো তপোধন। মনে মাথৰৰ পাৰে পলি। কহিলোক কান কেনেগতি লৈ পাছে। ইটো কথা শুনিতে যোহাৰ আছে।