পৃষ্ঠা:কুলাচল বধ.djvu/৩৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুচিল-বধ। পৰমৰহস্য সব শাস্ত্ৰ মধ্যে সাৰ। সপ্তদশ ভাৰতেও সম নুহি আৰ। কিন্তু আমি আৰ অৰ্থ বুঝো সমুলি। নকৰিবা হেলা কিছু মোৰ পদ বৃলি। বোলয় ভাৰত চন্দ্ৰে মই মহা দীন। নিজ দাস কৰি মোক ভক্তিধনে কিন। নমো পুৰ্ণব্ৰহ্ম হৰি নৰ ৰূপ ধৰ। গোপপে মহাভাৰ খণ্ডি ধৰণীৰ। পাণ্ডৱক কৰা ৰক্ষা ভক্তি বশ্য হই। মোৰ সদা নছড়াক তান পদ দুই। মই মহা দীন হীন আতি দুবাশয়। কাম ক্ৰোধে লোভে মোহে কুটিল হৃদয়। হেনয় এনৰ মোৰ পুৰা মনস্কাম। সভাস লোকে ডাকি বোলা ৰাম ৰাম। তুলছি। আত নয়, না যে , বৈলিনিহে মহাসত। তাতে খহি।