পৃষ্ঠা:কুলাচল বধ.djvu/২৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাৰায়ণে মাৰি ibabu কুলাচল-বধ। মোৰ পিতৃ কৰ্ণদত্ত, শিলা তৈল ঋষ শাৰ তেহো জানো মুকুত হোয়। পিতৃবংশ সমমিত, তাহানো কুশল হৈ সবে ৰাজ্য হৈবন্ত মুকুত। এহি জামি প্ৰাণ টাকি, প্ৰচণ্ড প্ৰতাপ যুঝিবাৰ হোয় যুগুত। কিন্তু মোক মাৰিবাক, নোয় ঘোৰ। অন্ত্ৰে শস্ত্ৰে মোক নাটয়। মজাননাহে কেন মতে, আক মনে মানোহে সংশয়। দুৰ্জনৰ যিটো বক্ৰ, মুন নামে তিনিবাৰ কৰিলেক হে। নমৰিলে তথাপিতো, ইসে অতি মোৰ মনে খেদ। ধৰ্মপক্ষিগণে বোলে, জৈমিনি মহন্ত। কুলাচল ৰাজাৰ কাহিনী। এমিনে বিৰিষি, পুত্ৰক বুলিলা কেন বাপ। নিকে বাপ যে, কহিলা কে সাৰৰ। কেনমতে মাৰে - মহাশত গৰ্বে ৫ ফেন বাণী *