পৃষ্ঠা:কুলাচল বধ.djvu/২৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
২৩৫
কুলাচল-বধ

পৰ্ব্বত আকাৰ সবে খান ভয়ঙকৰ।
ভয়ানক বেশ আতি দেখি লাগে ভয়।
একে একে জিনিবাক পাৰে সুৰাসুৰ।
হেনয় অসংখ্য ধাইল দানব প্ৰচুৰ৷৷
আকাশ ঢাকিয়া মহাশৰ বৰিষয়।
পাৰিষদ সেনাগণ নিসন্ধি ঢালয়।
দেখিয়া বিজয়ে আগগঢ়ি ধনু ধৰি।
দানবক প্ৰহাৰ কৰিলা টান কৰি।
নন্দকেও মহা কোপে বাণ বৰিষয়।
দানবৰ বীৰগণে পৰিষদ দেখে তমোময়৷৷
পাছে দৈত্যে দুহাঙ্কো ভেদিল ঘোৰ শৰে।
পাহগুচি গৈল পাৰিষদ নিৰন্তৰে
দুয়োজনে মহাপীড়া পায়া অতশয়৷
শাৰঙ্গ আঝৰি মহাশয় বৰিষয়
মাধবৰ পাৰিষদ অজৰ অমৰ
তাককি চিনিবে পাৰে দানব ***
******* ছেদিল
গিৰিশ গিৰিশ কৰি ভূমিত পড়িল৷৷
একো একো পড়ন্তে পৃথিবী **
শত শত দৈত্য ****