পৃষ্ঠা:কুলাচল বধ.djvu/২২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাচল-বধ। অশ্বিনী কুমাৰ দুইকো মাতি সুৰ নাই। পাণ্ডৱক জীৱাইবাক দিলেক পঠাই। পাছে দুয়ো সূৰ্য্য সুতে মহাবিদ্যা কৰি। জীৱাই ৰহিলা চাৰি মেনে নিদ্ৰা ধৰি। অমৃত সিঞ্চিয়। পাছে ৰোহিণীৰ পতি। অজৰ অমৰ কৰি ৰাখিল। তহিতি। কৃষ্ণ কৃষ্ণ নাম মাত্ৰ কন্ত কীৰ্তন। ধনুৰ্বান এড়িয়া ৰহিলা চাৰিজন। হেন শুনি মুনিবৰে বুলিল বচন। পাণ্ডৱ জীবাৰ কথা কৈলা তপোধন। দুৰাচাৰ কুলাচলে ঢালি তাসম্বাক। কোন কৰ্ম কৰিলেক কহিয়োক তাক। যিটো দেব সনাতন পুৰ্ণকাম হৰি। তেন্তে কোন কাম কৰিলন্ত মায়া কৰি। ভকতৰ মিত্ৰে তান হত মহা মিত্ৰ। বৈষ্ণৱৰ বিৰোধীক কচুৰ্ণীকৃত্য। নাহি শক্ত মাত্ৰ হৰি সহাতে সম। ভকতৰ কামে মাত্ৰ হোত বিষয়। এতেকে কহিবব তান চৰিত্ৰ বিচিত্ৰ। ভৰুতৰ দুঃখে কান পাকুলিত চিত।