পৃষ্ঠা:কুলাচল বধ.djvu/২০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাস-বধ। তাৈমাক প্ৰাৰ্থিল শিব বিৰিঞ্চি পুৰ্বত। জন্ম বাদ ভৈলা বসুদেবৰ গৃহত। ভকতৰ বাক্য ৰাখি গৈলা ব্ৰজপুৰ। ভকত বৎসল তুমি সবাৰ ঠাকুৰ। ভকতৰ ৰাখি নাথ ফুৰা সৰ্বভাৰে। যেহেন পুত্ৰক প্ৰতিপাল কৰে মাৰে। আমি পাঞ্চ গুটি ভাই তোমাৰ কিন্তু পক্ষী যেন পক্ষ ঢাকি থাকা দামোদৰ। হে কৃষ্ণ তুমি বিনে গতি নাহি পান। আমি পা পাৰৰ তুমি আয়া প্ৰাণ। তুমি জগততে আছা জগতত তোমাতে। প্ৰকট ৰূপে বমি আছাহা সবাতে। কিন্তু ভকতৰ সঙ্গে থাকা সব্বক্ষণ। হৃদয়ত প্ৰকটা আছাহা সনাতন।। পূজা বিধি জ্ঞানে কম্মে তোমাক নপাই শ্ৰৱণে কীৰ্তনে হোৱা দুই। এ দু দেখিয়ে পুত। তোমাৰু এধিয়া নি কৰিলা বেত নব বলেন।