এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
কিৰাত পৰ্ব্ব।
হাসন্ত ভূতেও চিবাই বুলি ।
অনেক ভকতি ভাৱে ধুলায়ে ধূসৰ গাৱে
নাছন্ত দুহাতে তুলি তুলি ।
এহি মতে পাণ্ডু তনয় অৰ্জ্জুন
হবক আবাধি তাত ।
কবিলা তথাত ব্ৰত ষড় ৰাত্ৰ
পাৰণ লেখা নপাও ।।
পক্ষ উপবাস ব্ৰতক আছৰি
ভৈল কত দিন মান ।
ষোড়শ দিনত পাৰণ কৰন্ত
গণ্ডুষেক জলপান ।।
পাচে কতো কাল আছিলা অৰ্জ্জুন
পূৰ্ণ মাস উপবাসে ।।
বায়ু ভক্ষী ব্ৰত পাৰণা কৰন্ত
স্বৰ্গক যাইবাৰ আশে।।
অনন্তৰে তপ কৰম্ভ অৰ্জ্জুন