পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিদিয়ে মন ; টোপনিত হেগ পাই সেই মনে, দিনৰ বনুৱা দৰে, বাতি, মুকলিমূৰীয়া হই ভ্রমে এনে ঠাই যত তাৰ প্ৰযোৰ নাই অধিকার। কেতিয়াবা আহি পৰে মন-দাপােত ভবিষ্যৰ ৰহস্যৰ ছায়া ; কেতিয়াবা মন বা দেহৰ, বিকাৰ হেতুকে দেখে নানা বিভীষিকা আৰু নানা বেমোলি; এই সপােনৰ আহে নানা ভাল। রুক্মিণী—প্রাণনাথ । আজি কত বছৰ শেষ। অতীতত জাহ গল দূৰ ভবিষ্যত, তৰণে তৰপে স্মৃতি ঢাকে বিস্মৃতিয়ে; তেও, প্রভু! কিয় মাতবে মনৰপৰা পবিত্ৰ সি ছবিখনি প্রথম পুয়? কিয় বাৰু সিয়ে মােৰ সপােননা। কৃষ্ণ-কি দেখিলা সপােন পুত্ৰৰ বিষয়ে ? রুক্মিণী -বিচিত্ৰতাময় সি সপােন! দেখা পালো, পুত্ৰ মােৰ সাক্ষাৎ মদন ; যৌৱনত দিছে ভৰি, সুৰলিত সুঠাম শৰীৰ। লগত বুৰী এটা নাৰী, পণে নিরুপমা, বয়সত 'অনন্ত-যৌনা। চুচুক-সমাক কৰি অতি লয়লা চাপিলেহি কায মােৰ; দেখি দুয়ােটিকে,