পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অমর দৃশ্য ] জীৱন-পালিকা? তুমি দায়ী মােৰ এই বিৰ বাবে; যদি হে নােহােৱা মাছ, যাত্রী তেন্তে তুমি মােৰ এই হৃদয়ৰ। তােম'ৰ পৰাই মােৰ গভীৰ আন্ধাৰে আবৰা অদ্ভুত এক জীৱন-ৰহস্য উদযাটিত হােৱাৰ আশাই, সুদূৰত। মাৰিছে ভুমুকি। সেইদেখি, যেয়ে হােৱা, আহা দুয়ো আধা-চিনাকীয়ে কৰোগই বহি চিন্তা উভয়ৰে মুক্তিৰ উপায় | দুয়ো ওলাই যায়। দ্বিতীয় দৃশ্য আৰকাৰ ৰাজমন্তপুৰ মিণী-প্রাণে সপােনত হয় কোনোদিন সাগৰ ৰাজ্যৰ ঈশ্বৰ; কোনােবা হেৰুৱাই ৰাজ্যখন, ভাই-বন্ধু আদৰ, কালে ৰাৰা’র ; কোনােৱে বগায় ও পর্ব দিও, কোনো পৰে তাৰপৰা ; এনে হেন সপােনৰ লীলা সচা বুলি পাৰিনে মানিব? আছেনে বহু সৰ কি মনৰ ভাওনা। কর্মময় বিলে সকণে। আহৰি ক'তে | ৭৬