পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীয় -২য় মৃ} দেয়, অশােক, পলাশ, নাগেশ্বৰ, কাঞ্চন, কৱি । মাগিলো মেলানি কাজি। দিহিলা আটায়ে মেলি অন্তৰ-দুৱাৰ ; মােৰে। হিয়া উবুৰাই সকলে চেনেহ যাচিছিলে। তুৰি সৱাটিকে। মহেশৰ প্রণয়-বাঞ্ছিতা লাঞ্ছিত কামিনী বুলি নিধিণােৱ। যদি, লােৱা আছি তেন্তে মােৰ হৃদয়ৰ ক এই অঞৰ অঞ্জলি। দৃশ্যপট সলনি হয় ব্ৰিতীয় দৃশ্য হিমালয়ৰ অন্তৰ যেনকা-প্রাণনাথ ! পৰাণতকৈও প্রিয় মোৰ পান্তাক এৰি এই মহেশামত নিকিয়ে আছেহি সা; কি মােৰ মনে সহা নাই এতিলকে। পার্বতীৰ কথা মুচে মনৰ পৰা। আজলী ছােৱালী মােৰ; জানো পাইছে দুখ। নাে তাই গকে দেখিছে ! কফিতে। মই নালাগে, নিদিও মই হত বিবাহ