দ্বিতীয় অঙ্ক-১ম দৃশ্য। কামৰূপ বিজয়া—আমাৰ এই আশ্ৰমৰ ফুললিখন যেন সাক্ষাৎ এজনী ৰূপহী গাভৰু! বসন্ত কালক যদি দৰা বােলা, ফুলনিখনক তেনে কইনা বুলিৰ। আজিয়ে জানিব বিয়া হৈছে। সেইদেখি ফুলনি-গাভৰুৱে আজি পাৰেমানে খােপাত ফুলবােৰ গুজিছে ;-আন কাল বৰকৈ নিপিন্ধে আৰু পিন্ধিবলৈকে। পাবলৈ নাই। আৰু কুলি চৰাইজনীয়ে জানিনা বিয়াৰ উৰুলি হে দিছে। জয—আমাৰ সখীৰ কথা নকল? এওঁক নাে আমি কেতিয়া | এইদৰে পিন্ধা-উৰা দেখিম। বিয়া-বাচোন, ৰবা। ততনাে নােপােৱ কেলেই ? পার্বতী (ইহি চাফি) তেনেহলে আমি আৰু নুশুনে বা ! বিজয়া --মুশুনিব তো' নুশুনিলে বা শুদাই এৰিব কোনে ? পােনতে নো তেনেহলে কোৱা, কোৱা, বুলি মােক কুটুৰি আছিল। কিয় ? কোলো, মােৰ বঙৰ দেও, শুনা এতিয়া তালে ভালে। নহলে এতিয়াই কুঁৱৰীৰ ওপৰত বৰমেল চপােয় হব; পিছে ঘাটি খাই মৰিব। একা! পার্বত-ঘটি খালে দণ্ড বা বিহা হব কি? বিজয়'—•এদিন, এবেলা, এও, এপৰ—এইখিনি সময় এই মৃখ যি ওলায়, তাকে শুনি থাকিবলৈ আজ্ঞা হব। পার্বত-গা। অমান্য কৰিলে ? বিধা-অমান্ধ কৰাৰ হৈ মত পাতীগৰীৰ পদুমী গাল খনি আৰু পলাশ ফুলায়া ওঠ দুটিত লেখি লেখি এপােন, এৰুৰ, এগৰা, চুমা । পার্বতী ইহি হাঁহি) নাই, নাই ; এনে কত ও ভৰি
পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৩০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই