পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অ—৪র্থ দৃশ্য ] কামৰূপ চুমই আমৰ মল; মই উন্মান। প্রেমিক প্রেমিকা মােকে, | দেখি উচাটন। ওলাই যায় । শাে-মােৰ অশােক নাম- শােষণ মােৰে কাম। দেখে নহু ছোৰে, যি মােক, কামেই পৰিণাম। ওলাই যায়। নমরিকান মল্পিকা! ও সেবিকা। তপন মরে জলাও শীতল অনল কণিকা !! ওলাই যায়। নীলােৎপল-ময়ে নীলা ভেট, বােলে নীলোৎপল। নত মাৰ মুগ্ন দপ্ত প্রেমিক নয় অচল। ওলাই যায়। তি-শত , হে প্রিয়! ধন্য পশৰ ! ইকি ! সৌৰ। আহে চোৱা ই পঞ্চ ৰাণৰ ফুলাম কুঁৱৰী আন নগৰীসকল। মি নিৰ বিশিষ্ট সাজ শিখি কুনি, কেতেকী শাৰি সকলাের এক এবং গান গাইনি চিনাকি দি সােমাই আহি পুনৰ সেইবে নাই বায়।