পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
৫১
 

মৃত্যু ছাঁয়াৰ এন্ধাৰ
পৰিছিল ওপৰ যাৰ,
দেখিছে সেই লোকেও উদয় দিবাকৰ।

খ্ৰীষ্টৰ এই আগমন
জগতে পায় চেতন,
ঘুমটি দূৰ হয়, দেখা সকল নয়ন।