ভদ্ৰ। — (মনে-মনে) কানীয়াৰ এই অৱস্থা, এদিনমান কানি খাবলৈ নে পালেই ধৈৰ্য্য, মান, সকলো এৰে; এইবোৰ দেখিও যি কানি খাবলৈ শিকে, তাতকৈ অজ্ঞান কোন আছে?
(তিনিওৰো প্ৰস্থান)