পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাইথেলী অঙ্ক পুথি সম্বন্ধে মন্তব্য৷

আসাম সাহিত্য সভা
যােৰহাট ২৯।১১।২৬ সােমবাৰ৷
(কাৰ্যনিৰ্ব্বাহক সভাৰ ২য় অধিবেশন)

[ ৮ ]

+  +  +  +  +  +

কাইথেলী অঙ্কাৱলীৰ সম্পৰ্কে চাব কমিটিৰ মত পাঠ কৰা হ’ল৷ এই পুথি ভালদৰে সম্পাদন কৰি উলিয়ালে অসমীয়াৰ এটা উত্তম সম্পদ হব বুলি এই সভাই বিশ্বাস কৰে৷ এই পুথিখন সকলো প্ৰকাৰে সম্পূৰ্ণ কৰি সম্পাদন কৰি দিবলৈ সংগ্ৰাহক শ্ৰীযুক্ত দণ্ডীৰাম দত্তলৈ পঠোৱা হওক৷

+  +  +  +  +  +
         স্বাক্ষৰ—
   শ্ৰীশৰৎচন্দ্ৰ গোস্বামী
প্ৰধান সম্পাদক ২৯।১১।২৬
স্বাক্ষৰ—      
শ্ৰীযোগেন্দ্ৰনাথ বৰুৱা
সভাপতি৷