পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

| ৭১ ]। দীর্যে প্রস্থে মাটিক কৰিবা হন্তু। যত হস্তে বৃক্ষ বােপণ কৰে। দীর্ঘ প্রস্থে শাৰীত একাখিকে পূৰে। দীর্থ টাবৰ হাত কবি, যত হাই অৰে ৰােৱে, সেই দি হক হৰিব। তেতিয়া দীর্ঘৰ শাৰী ওলাব। প্রংকো এই ক্রমে হাত কৰি অৰেদি হৰি শাৰী উলিয়াব । এহিমতে শাৰীৰ ৰ্থিত। দীর্ঘ প্রস্থত এক এক ধৰাই দুইক পূৰিলে হয় যত, মুঠত বৃক্ষ জানিবা তত। ৫৪। দ্রব্য কিনিবলৈ যত টকা লৈ যায় সদাগৰ। টকাৰ দৰে দ্ৰব্যৰ দৰে যে কবে সমকৰ । টকাৰ দৰক একুণ কৰিব গুৱ কৰি। ভাগে ভাগ লব্ধক পৰিয়া চাব। টকাৰ সংখ্যঃ বুজিয়া পাৰ। অর্থ যদি দ্রব্যকে টকাকে সম ভাবে দৰ বান্ধি দেই দ্রব্য দুইকে একুণ কৰিব । কৰি টকাৰ ঘৰেৰে জমাৰ টকাক হৰিব। লব্ধ যি থাকে তাতে গো ব্যকো দুয়ােকো ভাগে ভাগে পূৰিব । দুয়ােৰে সংখ জুলাব।