পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

| { ৬৪ } তিনি কষ্টে এক বৎ (ক) সোতৰ বতে গণ্ডিকা। চাৰি বতে এক গণ্ড। কাৱণত ষােল্ল পােণ জান । চৌষট্টি বুৰী জানা প্রমাণ। তিনি শ বিশ গণ্ডাই জান । বাৰ শ আশা কৰাই গােট কারণ। [ ক্ষেত্র বুজনিৰ অঙ্ক ] সূৰ্য্যৰ ৰশ্মি বেৰৰ জানে। বেৰা ভেদি ৰশি ভিতৰ চানে। দেখি তিৰি মিৰি ৰশ্মি ছায়াত তাকে অঙ্ক বােলে জানা সাক্ষাত। চাৰি অষ্টে হয় এক ধূলা চাৰি ধুলা হলে কহে এক বালা। কুৰি বালাই এক ৰেণু প্রমাণ। চাৰি ৰেণুই এক সহি জান । চাৰি সৰিহায় হয় শকা এক। কুৰি শকাই এক কষ্ঠ প্রতে। তিনি কর্থে হয় এক কৰা। চাৰি কৰায়ে এক গা ধৰ। পাছ গণ্ডাই এক বুৰী জানা। চাৰি বুৰীয়ে এক পােণ শানা। যাের পােশ এক দোন ধৰি। চতুর্থ কাৰণে চাৰি টক কৰি।