পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

{ ৩৮ ] এক দশ শতং সহক জানিও। অযুত যে লাখ নিযুত কোটি লওক । ইটো কথা এহিমানে সংহৰিয়া গও। দন্ত কণ্ঠ কড়া গণ্ডা বুৰি পােশ কও উদাহৰণ -(খ’ [ ২ পৃষ্ঠা ] মিশ্রৰাশিৰ অৰ্যা। | নব পৰায়ে বসে জয় জানিবা নিশ্চয় অষ্ট জয়ায়ে এক বালা নাহিকে সংশয় । সপ্ত বালায়ে দস্তক যে জানিয়া থৈব ॥ তিনি দন্তে কণ্ঠ হােৱে তাতে লিখি লৈবা। তিনি কণ্ঠে এক কৰা ৰাখিবাহ। সাৰে । চাৰি কৰায় এক গণ্ডা বুজিবা সত্বৰে। পাঁচ গণ্ডারে বুৰী জানিবা নিশ্চয়। কুৰি গণ্ডায় এক পােণ নাহিকে সংশয়। চোক কাওনক সবে জানা এহিণ | দশ ভাগে অঙ্ক বাঢ়ে জানিবা স্বৰূপে। চাৰি পােশ এক চোক জানিব নিস্ত কৰি। যােল্প পােণে এক কাণ, বুজা শীঘ্ৰ কৰি।