পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৩৭ ] পূৰণ কৰিবা তাক এহি অপে। আঠকঠা এহিৰূপে জানিবা স্বপে ইটো কথা এহিমানে সংহৰিয়া থওঁ । দশংশীয়াৰ আৰ্যাক যে প্রকিয়া কও। উদাহৰণ :-(খ) [ ৯২ পৃষ্ঠা } মিশ্ৰ পূৰণ (দশংশগ্ন ) ৩। দুয়া, বান মুয়া বাণ দুয়া ভুয়া ৰস। চাৰি ফারণ চাৰি পােণ আৰু গণ্ডা দল। দক্ষিণ লাগি আৰু ক্ৰমে পাতি নি । এক দুই গ্রুমে জুৰি হাতে জানি। অষ্টকৰ দৰে তাৰ পূৰিবাহা ভাগ। দশৎশয়া যাক বদলে তাতে পাইবা লাগ। উদাহৰণ—(গ) [ ৯৫ পৃষ্ঠা ] {বিস্কাউইি।} ৫। বিদ্যাউঠি বাক বােলে তাক শুনিক। আৰু লিখিয়া তাৰ প্ৰমাণ লওক। ধুগবান ৰস ৰস ভূজ শশী খণ্ডা। ভুজ যুগ বান পােশ দিব। ৰস গণ্ডা। দুই কৰা দুই কষ্ট তা লিখি লৈৰা। এহি খানি বিউঠি আৰ্যাক জানিবা । ভুজ যুগ বাণ পােণ ৰস গা লৈবা। আৰু আঠ কণ্ঠায় অরুত গনি।