পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[৮] ত্রি পঞ্চবিংশতিতালক। উনত্রিংশবিশতিতালক বেৎ। আতঃপৰে আৰ অপৰ অঙ্ক বৰ্ত্ততে। ইতি অঙ্ক গণিতা আয্যা সমাপ্ত। মনুষ্য পীড়া শস্যা হানি কৰোঁতে ভূমি কর্পৰ মিনে কুলীৰে, মকৰে চ কুম্ভে, সিংহে তুলাং, মিথুনে চ কন্যে কুম্ভ ধনুকন্যা, পয়াে ধৰিত্রে মেষে, বৃষে ৮ গজ। চলন্তি। কপ চলতি মৃত্যু দুর্ভিক্ষ মম্মথ পাগ, কুশল সর্বজন্তুনাম পৃথিবীঞ্চ গজে সােহপি, ৰবি সম, কুবাৰে, ভূমিকম্প যদি সুতে। তত্তৰ খৰ প্রমাণ। দীর্ঘে দশ আঙ্গুলি প্রস্থে অষ্টাঙ্গুলক যে পৰিমাণ বুলি কদাচিতে ৰব যি জনে কয়। প্রস্থৰ যে দেৰি দীঘ্ৰে জানিবা নিশ্চয়।