পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

তিনি জানে পানী যাইবাৰ তৰে । উপৰে বি আছে তত এপলে। ৰে পুখুৰী বাকী নৰৈলে। উত্তৰ ;-}} অংশ পানী ওলাওঁহে ৬ পল গেৰু অংশ পানী সোমাওঁতে ৬) পল লাগে । মুঠকথা সমান দয়ত ৩ষ্ট। জানেৰে ‘ানী শুকায় আৰু সমান সময়ত ভৰে। ( টা মন খােলা হলেও )। ২। এক দিশে আছে কমকে বন। ভ্রমই মধু খাই একশত মন । মাহা পৰিাণে মধুক ফুলত পায় । এক ভ্ৰমৰাই মধু দেৰ ৰতি খায়। কহিও কায়স্থ বাপু ইহাৰ কথা। কতনো অমর কনাে ফুল। ভাঙনীৰ কথা ভাবে না মহাশয় আশী উকা জুৰি পূ! শি অঙ্কয় । উপৰে যিমান টুছে জানা যাণতি। এক মােণৰ টকা সেই জানি। সম্প্রতি। তাহাক শতকেপূৰি পাইবা যিমান। শতেক মােণৰ কৈ। জানা সেহিমান। বেদে পূৰি পােপ পাইব। হয় খত মন। চবিশে বিয়াতি পাইবা বিদ্যমান। তাক নেত্রে হৰি লব্ধ শতেক ৰহয়। কৰে পূৰি পাইবাহ ভ্ৰমৰ ধত হয়। উত্তর ;-২৫৫৮ucoc তেৰো , ১২৮০002 বুল।