পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

| [ ৯০ । ২২। পিতৃ কর্জা দিয়াছিল পুত্ৰই নেজানে । উপস্থিত হল দ্বিজ তাৰ বিদ্যমানে মুনফা সমেত টকা হিচাৱ ঠাৱৰি। টঙ্কা প্রতি এক পাই দৰমহা ধৰি। গাপিতি টঙ্কা পঞ্চশত দিল। কনো টকা পিৎ কর্জা দিয়াছিল। উত্তৰ-৪৯৭ ১৪ পাই। - কার্তিক ময়ুব কায়স্কে লিপা ] ২৩ প্রশ্ন:-হৰি ইৰ চক্রে যে বীৰ উপজিল। তাপিত কৰ্ণৰ বাপে। হতাশন হঐে যে বীৰ উৰিল। সে বীৰ পৰিল কমন বিপাকে। উৰ সৰ্বোধৰাধৰ তা ধৰ তাহে। অলি বাহন বাহন হামু গৈও শশী বাহন বাহন ঠেকে কৈও। পবন সুতাত ভাঙ্গি গৈও। ৰবি সুত মম কৰ লাগি বৈও। তথাৎ-কলহ, কলহৰ কাণ। ২৪। ভোজন কৰাইয়া ৰাজ আসনে বসিলা। বিশ পােণ কৰি চল্লিক বিপুৰু দান দিলা। আচাৰ্যক পােশ পােণ ভট্টাচাৰ্যক বুৰী। চক্রবর্তী চাৰি কৰা মিলাই দিয়া কৰি।