পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


এনে সংসাৰত
আৰু যেন আই
আহিব নালাগে ঘুৰি,
যত দিন জীম
ইয়াকে ভাবিম
প্ৰভুৰ পাৱত ধৰি।


কমতাপুৰ ধ্বংস কাব্য (page 280 crop)