পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এনে সংসাৰত
আৰু যেন আই
আহিব নালাগে ঘুৰি,
যত দিন জীম
ইয়াকে ভাবিম
প্ৰভুৰ পাৱত ধৰি।


কমতাপুৰ ধ্বংস কাব্য (page 280 crop)
কমতাপুৰ ধ্বংস কাব্য (page 280 crop)