পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
বিৰহিণী বিলাপ কাব্য।
১০
প্ৰথম যৌবন কালে

দেখিছিলো, জানো, হায়?
অতৃপ্ত প্ৰণয় তাপে
পুৰি-দেই হ’লো ছাই!!

১১
জানো, কত দুখ পাই

তেওঁ মোৰ গুছি গ’ল?
মধুময়ী স্মৃতি মাথোঁ
হৃদয়ত অঁকা ৰ’ল!!

১২
কিন্তু, আৰু কি আশাত

পৰাণ ৰাখিম মই!
তেওঁ কি আহিব ঘুৰি!
পুখুৰি! ক’ছোন তই?

১৩
জীৱনৰ অশা মোৰ

সকলোটি শেষ হ’ল!
চকু দুটি মাথোঁ মোৰ

বাটল’ই চাই ৰ’ল
⸺·×·⸺
(নিজ মনতে)
দাৰুণ বিৰহ জুই

দিন ৰাতি দহে হিয়া,