পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেতিয়া আহিব?
কেতিয়া দেখিম
সেই হাঁহি মুখ চকুৰে মোৰ?

যদিহে নক’বি

বাতৰি কাউৰি!—
জানিবি, অভাগী মৰিব আজি!-
বিৰহ জুইৰে
দেহা খৰি-দিব-
প্ৰণয় খৰিৰে চিতাটী সাজি॥

কমতাপুৰ ধ্বংস কাব্য (page 216 crop)
কমতাপুৰ ধ্বংস কাব্য (page 216 crop)