পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কান্দি কান্দি কুঁৱৰীও গ’ল লগে,
কমতাৰ লৰা বুৰা বেজাৰ মনত।
সুখ-সূৰ্য্য কমতাৰ ঢাকিলে দাৱৰে
ভৰাই নগৰ হায়! ঘোৰ এন্ধাৰত।


তিৰুতাৰ আত্মদান কাব্য (page 47 crop)
তিৰুতাৰ আত্মদান কাব্য (page 47 crop)