কবিতা আৰু দৰ্শন
এই প্ৰবন্ধত কবীন্দ্ৰ ৰবীন্দ্ৰনাথে কেনেকৈ কবিতা আৰু দৰ্শনৰ
সমস্য দেখুৱাইছে তাক আলোচনা কৰা যাব।
কবীন্দ ৰবীন্দ্ৰনাথৰ কবিতাৰ বিশেষত্ব এই যে তেওঁ ৰচনা
কৰা প্ৰতি কবিতাৰ ছন্দে ছন্দে দৰ্শনৰ আভা অতি প্ৰাঞ্জলভাবে
প্ৰতিবিম্বিত হয়।
কবিতা শুণমাৰ কলাৰ এক প্ৰধান অংশ। গতিকে এই
নাত সুৰুমাৰ কলাৰ মথ্য উদ্দেশ্য আৰু লক্ষ্য কি তাক আলোচনা
কৰা প্ৰযোজন "কবিবে মানবক লোভ বা আকাঙ্ক্ষাৰপৰা মুক্ত
মুকুমাৰ কলাৰ উচ্চতম লক্ষ্য হৈছে— মানববৃন্দকে মুক্তিৰ
মত উপনীত কৰা।
শিক্ষায়ে মানবক সংসাৰৰ কৰাল গ্ৰাসৰপৰা মুক্ত কৰি 'অদৃশ্য নিত্যতাও প্ৰকাশ কৰি দেখুৱাৰ। প্ৰত সুকুমাৰ কলাই মানব-আমাক সংসাৰৰ বন্দীশালৰ পৰা মুক্ত কৰে। মানবক আত্ম-
বিভোৰ কৰাই সুকুমাৰ কলাৰ গুপ্ত মঞ্চ। যেতিয়া আমাৰ আত্মা আয় বিভোৰ হৈ জন্য আত্মাৰ লগত মিলি যায়, অৰ্থাৎ যেতিয়া
বাহ্যিক আত্মাৰ লগত সংলগ্ন হয় তেতিয়া
সুকুমাৰ কলাই জন্ম গ্ৰহণ কৰে। সুকুমাৰ