11- কবিতা আৰু পদ প্ৰকৃত কৰি সৌন্দৰ্য্য স্বাভাবিক আৰু সত্য সেইদৰে অকৃত্ৰিম কবিৰ চকুত আধ্যাত্মিক আক্বতি সাধাৰণ আৰু স্বাভাবিক। অকজিম কবিতাত বাস্তব, আদৰ্শত আৰু আদশ বাস্তবত পৰিণত কৰা হয়। ইংৰাজ কৰি টেনিছনে কৈছে যে কবিতাত + কৃততাতকৈও অধিক পৰিমাণৰ সত্য নিহিত আছে। গতিকে কবিতাত এটা 'আদব' ২ আৰু প্ৰকৃত দৰ্শন জড়িত থাকিব লাগিব। দৰ্শনৰ অঙ্কৰ যি কবি ত ফুতি উঠা নাই সেই কবিতা কেতিয়াও উ:ম কবিতাঙ্ক'প পৰিগণিত হব নোৱাৰে। কবিতা সৃষ্টিকাৰা, কিন্তু, সত্য বিবৰণকাৰী। উৎপাদন কৰিব পৰা এটা সৃজনক্ষম দৃত্ত” আদনা কবিতাত আবিৰ্ভাব হলেই কবিতাই হয়। ছন্দৰ সূত্ৰ বা বিধিবিলাক কবিৰ কবিতা প্ৰকাশৰ সহায়ৰ কাৰণেহে কিন্তু কৰি ছন্দৰ সূত্ৰ বা নিয়মৰ কাৰণে নহয়। নিয়ম কবিৰ বন্দী; কিন্তু, কবি নিয়মৰ কেতিয়াও বন্দী নয়। যি সকলে 'সৃজনক্ষম আদৰ্শ' বিহীন ছন্দ মিলাই কবিতা ৰচনা কৰিবলৈ চেষ্টা কৰে সেই কবিতা কেতিয়াও কবিতা হব নোৱাৰে— ই কেৱল পহু অথবা গল্প। কবি আকাৰৰ বন্দী নহয় কিন্তু কত্ৰি মানত আকাৰ আৰু আত্মা এক। আছে। 'সৃজনক্ষম কবিতাৰ প্ৰাণ উদ্ভব সুকুমাৰ কলাৰ গঙ্গা হৈছে আত্ম-প্ৰকাশ, আৰু এই লক্ষ্য চিত্ৰাঙ্কন, সঙ্গীত কবিতা আদিৰ দ্বাৰা হৃদয়ঙ্গম কৰা হয়। সৌন্দ আত্ম-প্ৰকাশৰ প্ৰধান উপাদান কাৰণে সাধাৰণতে বৌন্দৰ্য্যোপাদন হুকুমাৰ কলাৰ লক্ষ্য বুলি ভবা হয় যদিও সৌদ। লক্ষ্য সাধন কৰা উপায় কিন্তু লক্ষ্যৰ মূল অৰ্থ নহয়। Tee real idealised and the ideal realised. Ideal Vision. <1 Creative Vision,
পৃষ্ঠা:কবিতা আৰু দৰ্শন.pdf/১২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikisource/as/thumb/f/f2/%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE_%E0%A6%86%E0%A7%B0%E0%A7%81_%E0%A6%A6%E0%A7%B0%E0%A7%8D%E0%A6%B6%E0%A6%A8.pdf/page12-687px-%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE_%E0%A6%86%E0%A7%B0%E0%A7%81_%E0%A6%A6%E0%A7%B0%E0%A7%8D%E0%A6%B6%E0%A6%A8.pdf.jpg)