পৃষ্ঠা:কবিতা-কুসুম.pdf/৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতা-কুসুম। ২১ মাটি-কঠাল। চোৰাচোন! চোৱা ভাই কাইট্‌ গছত, ফুলটিৰ দৰে ৰঙ! পাতৰ মাজত। অলেখ চকুৰে ভৰা গোটেই শৰীৰ, তপ কৰি আছে যেন-পটীয়া ফকীৰ, জাৰ জহু একোটোকে নেভাবি শুগুণি, ভাবতে মগন যেন নিতে মহামুনি। বুঢ়া হুই আছে মানে দেহ বাঢ়ি যায়, দেহৰ লগতে ভাৰ ৰূপো শোভা পায়। কম বুলি নেভাৰিৰা তেওঁক মনত, সোৱাদ ৰসেৰে ভৰা গোটেই পেটত। বাহিৰে কাঁইট্‌ দেখি নকৰিবা ভয়, লোন ঘঁহি কাটি খালে পেট জুৰ হয়। বাহিৰে কাঁইট হক, একো কথা নাই, অন্তৰৰ প্ৰেমৰসে পৃথিবী মোহায়।