পৃষ্ঠা:কবিতা-কুসুম.pdf/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতা-কুসুম ১৯—কঠাল। আহাচোন আইদেও, আহ! লৰ মাৰি, তোমাক কঠাল এটি দিওঁ মই পাৰি। পাতৰ আঁৰত চোয়। পেটুৱা ভৰত, টোম যেন হই আছে ওলমি ডালত, গোটেই শৰীৰ চোৱ খছৰেই ভৰা, ভিতৰত আছে তাৰ কিন্তু ৰহঘৰা। থুম্‌পাকটিৰ পৰে বাছৰ মাজত,