পৃষ্ঠা:কবিতা-কুসুম.pdf/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ কবিতা-কুসুম পদুম ফুলক ভালপায় তাক নাম তাৰ জানো, চিনিলোঁ মনত সকলোৱে চিনে; শুৱনীৰ গুণে। ফুল দেখা নাই; ৰাখিম সদাই। পিন্ধিবা শোপাত চিঙি আনোগই; ইয়াতে সাদৰী, থাকা থিয়হই। নেলাগে দেউতা, নিপিন্ধো খোপাত; হাঁহিছে কেনেকৈ পুখুৰী কোলাত। ছিঙিলেই দেহি! জয় পৰি যাব; পিন্ধিলে খোপাত পাহি পাহি হব। ৮- লোভ। লোভৰ সমান পপি নাই জগতত। লোভে পাপ পাপে মৃত্যু জানিবা সতত॥