পৃষ্ঠা:কনফুচিয়াছ.djvu/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
কনফুচিয়াছ

ঋষি আৰু শিক্ষক। কনফুচিয়াছৰ প্ৰভাৱ চীনাসকলৰ মাজত তথা জগতবাসীৰ মাজত আজিও অপ্ৰতিহত। সেয়েহে আঢ়ৈহাজাৰ বছৰৰ পিচতো সৌ সিদিনা ১৯১৭ চনত চীনৰ লোকসভাত কনফুচিয়াছক চীনৰ দেৱতা আখ্যা দিবলৈ আৰু কনফুচিয়াছৰ ধৰ্ম্ম ৰাজধৰ্ম্ম বুলি ঘোষণা কৰিবলৈ প্ৰস্তাব উত্থাপিত হৈছিল।