পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মৰণ

আহক মৰণ ভয় নকৰো সমুলি
কিন্তু হওক তেওঁ, যি জানে এই নিঃকিনক,—
“বপুৰা বেচেৰা! ৰুইছিল এজুপি অশোক,
ফুলি যাৰ ফুল, আমোদিছে আসাম সদায়।”

১৮৩৫ শক।
জেঠ, হাওড়া।

————

ভদ্ৰতা

ভদ্ৰ হোৱাঁ, ভদ্ৰ হোৱাঁ, ভদ্ৰ হোৱাঁ ভাই।
আনৰো ভদতা সি আনিব জগায়॥

————


কৰ্ম্ম

কাম কৰাঁ মন প্ৰাণ ঢালি৷
সুফল আজি বা নতু কালি৷

————