কহিছা। পুৰুষে গীতাক মাত্ৰ শ্ৰৱণ কীৰ্ত্তন স্মৰণ কৰিব, আন শাস্ত্ৰ বিস্তৰত কি প্ৰয়োজন, যি গীতা ভগৱন্তৰ মুখপদ্মত ব্যক্ত হুয়া আছা। তাত প্ৰথমে কৃষ্ণ অৰ্জ্জুনৰ সম্বাদ প্ৰস্তাব কথা কহন্ত৷