পৃষ্ঠা:কথা-গীতা.djvu/১৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
ত্ৰয়োদশ অধ্যায়৷

কেৱল শ্ৰবণে পৰম গতি লভে। এতেকে যিমান পাৰা শ্ৰদ্ধায়ে হৰি কথা শুনি ডাকি হৰি বোল হৰি।

যোগাদিক্লেশেন বিনাপি বৎকথা
মাত্ৰান্নৰোযাতি মুদাপৰম্পদম্।
তং কৃষ্ণমানন্দনিধি সদা ভঙ্গে
স্বপাদপদ্মালিজনপ্ৰিয়ংবিভুম্ ॥