পৃষ্ঠা:কথা-গীতা.djvu/১২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
কথা-গীতা।

ভাৱত ভক্তি কৰিতেও হৰি তুষ্ট নহন্ত। এতেকে প্ৰাণীত ঈশ্বৰদৃষ্টি কৰিবো লাগি ভগৱন্তে কহিলা। আকে জানি সাবধানে আচৰি সদাই হৰি বোল হৰি।

দ্বেষাদিচতুৰোলদাযান্ পৰিহায় হৰেঃ পদম্।
ভজতামাগুযস্তষ্যেৎ স কৃষ্ণঃ শৰণং মম॥