পৃষ্ঠা:কথা-গীতা.djvu/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
ষষ্ঠ অধ্যায়।

শিৰোমণি কৰি যি ভগৱন্তে আত্মযোগ কহিলা, হেন ভক্তৰ নিধি পৰমানন্দ মাধৱক প্ৰণাম কৰোঁ।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং আত্মযোগোনাম ষষ্ঠোহধ্যায়ঃ॥৬॥

 হে সামাজিকসব দামোদৰী টীকায়ে কহিছা দুষ্কৰ দেখাইবে লাগি ভগৱন্তে কৰ্ম্মযোগ জ্ঞানক প্ৰথমে কহিলা। সুগম ভক্তিযোগ ইদানীক কাইবা। এতেকে ভগৱন্তক কৃপালু জানি ভক্তিমাৰ্গে সততে ভজা। ইদানীক ডাকি হৰিবোল হৰি।

যঃ সৰ্ব্বসাধনবিশিষ্টমুবাচযোগম
তস্মাৎ স্বকায়পদপঙ্কজভক্তিমাৰ্গম্।
শ্ৰেষ্ঠং সুখং নিজমতং কৃপয়া জগাদ
তস্মৈ নমোহস্তু গুৰবেহখিললোকগোপ্তে॥