৭০ শ্ৰেণীকেই সকলোজাতিৰ মানৱবমাজে বামুণ পাতে। বামুণ জায় জীৱনৰূপ যন্ত্ৰটিৰ নিয়ামক, ক্ষত্ৰিয় ৰক্ষক, বৈশ্য চালক, শূদ্ৰ। কাৰক। এনে কৰ্মবিভাগৰ বামুণ শিক্ষক আৰু নেতা, _ ৰূপকভাবে কবিয়ে বামুণক ব্ৰহ্মাৰ মুখৰ পৰা ওলোৱা, প্ৰহৰীৰ ক্ষত্ৰিয় যুদ্ধ কৰিব পৰা গতিকে তেওঁৰ বাহৰ পৰা, বৈশ্যে ক বৃক্ষৰ পৰা পাৰি আনি সকলোকে খাবলৈ দিয়া গতিকে বৈশ্য, শ ক ৰ্মবৃক্ষ-গছজুপিত পানী দিযে, তল চিকোনাই দিয়ে গনি বৈশ্যক ব্ৰহ্মাৰ উৰ পৰা, শূদ্ৰক তেওঁৰ চৰণৰ পৰা ওলোৱা বুলি কল্পনা কৰিছে। এই চাৰি শ্ৰেণী মানুহৰ ভিতৰত নিজ নিজ কৰ্তব্য অনুসৰি প্ৰত্যেকটিয়েই ডাঙৰ। এই কাৰণে গমি দেখিলে ইয়াকেহে পোৱা যায় যে এই জাতীয় জীৱন-যন্ত্ৰটি যেতিয়া ফতো আঁৰ নলগা হৈ চলে তেতিয়ালৈকে সেই জাতিটি পৃথিৱীত প্ৰতাপী জাতি হৈ পৰে। এই যন্ত্ৰত মইবৰ স্বভাৱৰূপ ঘৃণাৰ ময়লা লাগিলেই যন্ত্ৰ নষ্ট হ তেতিয়া সেই জাতিটি আন জাতিৰ গোলাম হয় আৰু চোৰ ডকাইতৰ হাতত ধেমালিৰ নাচ দেখুৱা ভালুক-বান্দৰ হৈ পৰে। যেনেকৈ মস্তিস্কৰ বিকাৰ হ’লে দেহ- টিৰ ইন্দ্ৰিয়বিলাকে কাৰ্য্যৰ বিশৃঙ্খল লগোৱা স্বাভাৱিক, সেইদৰে জাতিৰ মস্তিস্বৰূপ বামুণ অজ্ঞানী আৰু স্বাৰ্থপৰ হলেই যি কোনো জাতিৰ জাতীয়-জীৱন বিশৃঙ্খল হয়। এই ভাৰতৰ যি আৰ্যজাতিৰ উচ্চ জ্ঞান বিজ্ঞানে পৃথিবী পোৰ কৰি পেলাইছিল আজি সেই ভাৰতৰ জাতীয় জীৱন নষ্ট পাই তাৰ কি দশা হৈছে সকলোৱে ভাবি চাওক। ইয়াৰ মূল কাৰণ জাতিৰ সমতা ৰক্ষাকাৰক মূৰ বৰূপ ব্ৰাহ্মণ আদি শিক্ষক শ্ৰেণী নহয়নে? শ্ৰীশিক্ষা আৰ্যজাতি বি মূল ভিত্তি আছিল তাত অজ্ঞানতা আহি পৰাৰ কাৰণে ধ্বংস
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৭৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে