পৃষ্ঠা:কঃ পন্থাঃ.djvu/৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

বাৰ জাতিভেদ (যাক মই ঘৃণাৰূপ জাতিভেদ বোলে।) সুমাই এই তবৰ্ষক পৰাধীন কৰি বিদেশীসকলৰ হাতত পেলালে। চাতুৰ্বণ | অষ্টম গুণ-কৰ্ম বিভাগশঃ”। ভগৱানে কোৱা এই কথাটিয়ে কি এ ই কেৱল গুণ অনুসাৰে কৰ্ম্মবিভাগকেইহে বুজায়। এনে কৰ্ম ভাগৰ চাৰি শ্ৰেণী মানুহ পৃথিবীৰ সকলো জাতিৰ ভিতৰতেই আছে। যেনে, মুণ ক্ষত্ৰিয় বৈশ্য আৰু শুদ্ৰ বা labour par জীৱি লোক। ঈশ্বৰ পূৰ্ণ অনন্ত গুণ সম্পন্ন তেওঁৰ বাজে তেওঁৰ . * পূৰ্ণজ্ঞান, পূৰ্ণ গুণ একাধাৰে কোনো মানুহৰ লগত থাকিব নোৱাই বৈচিত্ৰ- ময় সংসাৰত দেখা যায় কোনো মানুহ দাৰ্শনিক হয়, কোনো মানুহ ডাক্তৰ কবিৰাজ হয়, কোনো মানুহ জ্ঞানী পণ্ডিত হয়। কোনো মানুহ কৃষক হয়, কোনো মানুহ মিস্ত্ৰি, কমাৰ, কুমাৰ তাতি ইত্যাদি হয় আৰু কোনোবিলাক দেশৰ শান্তি ৰক্ষাৰ্থে ভাল যোদ্ধা আৰু বণপণ্ডিত হয়। এনেবিলাক গুণ নিজ নিজ স্বভাৱ অনুসাৰে মানুহে পাই সংসাৰক্ষেত্ৰত সংসাৰ-ধৰ্ম আৰু মানৱধৰ্ম্মৰূপ খেতিক ৰক্ষা কৰে। এনে ৰক্ষাকাৰী মানুহ সমষ্টিকেই জাতীয়-জীৱন বলে। যেনেকৈ মূৰৰ চুলিৰ পৰা ভৰিৰ আঙুলিলৈকে দেহযন্ত্ৰ প শৰীৰৰ কোনো এটি সূক্ষ্ম অংশ দুৰ্বল আৰু অকামিলা হলে গোটেই শৰীৰ টিৰ অভাৱ হৈ পৰে আৰু দেহযন্ত্ৰৰ নিয়মিত কাৰ্যৰ হানি ঘটে, তেনেকৈ জাতীয় জীৱন-যন্ত্ৰৰ কোনো এশ্ৰেণী প্ৰকৃতিয়ে গুঠি দিয়া কৰ্মসুত্ৰ মালাখাৰিৰ মানুহৰ অৱনতি হলেই গোটেই জাতিৰ অধঃ- পতন হয়। এই নিমিত্তেই আমি জাতীয় জীৱন ৰূপ workshop কৰি পৰা কাকে বাদ দিব নোৱাৰো। কাকো সৰু বুলি তুচ্ছ কৰিব নোৱাৰে আৰু প্ৰেমৰ সলনি ঘৃণাৰে ব্যৱহাৰ কৰিবও নোৱাৰো। সকলো কাৰ্যতেই সমাজে শিক্ষক বিচাৰে। এই শিক্ষক