পৃষ্ঠা:কঃ পন্থাঃ.djvu/৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উৎসৰ্গ

এই গ্ৰন্থখনি মোৰ অতি স্নেহৰ জ্যেষ্ঠা কন্যা
শ্ৰীমতী স্নেহলতা আইদেও আৰু জামাতা
শ্ৰীমান শৰৎচন্দ্ৰ বৰুৱা বাপাক
উৎসৰ্গ কৰিলোঁ।

শ্ৰীকমলাকান্ত ভট্টাচাৰ্য্য
২২ শাওন, ১৮৫৬ শঁক